ৱিকিউৎস:সমজুৱা পৃষ্ঠা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Bodhisattwa (আলোচনা | বৰঙণি) অNo edit summary |
new proposal |
||
২৮৯ নং শাৰী: | ২৮৯ নং শাৰী: | ||
{{Int:Feedback-thanks-title}} [[সদস্য:CKoerner (WMF)|CKoerner (WMF)]] ([[সদস্য বাৰ্তা:CKoerner (WMF)|talk]]) ০৩:২২, ৩০ আগষ্ট ২০১৭ (IST) |
{{Int:Feedback-thanks-title}} [[সদস্য:CKoerner (WMF)|CKoerner (WMF)]] ([[সদস্য বাৰ্তা:CKoerner (WMF)|talk]]) ০৩:২২, ৩০ আগষ্ট ২০১৭ (IST) |
||
==Temporary adminship== |
|||
As there is no permanent sysop in Assamese wikisouce I would like to nominate myself for temporary adminship for 6 months to perform some necessary administrative and technical tasks. Thank you. |
|||
অসমীয়া ৱিকিউৎসৰ কোনো স্থায়ী প্ৰশাসক নথকাৰ বাবে কিছুমান কাৰিকৰী আসোঁৱাহ আঁতৰাবলৈ মই ৬ মাহৰ বাবে অস্থায়ী প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। |
|||
[[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) ১৫:৪৩, ২৯ মে' ২০১৮ (IST) |
১৫:৪৩, ২৯ মে' ২০১৮ৰ সংস্কৰণ
সমাজৰ বাটচ'ৰা |
অসমীয়া ৱিকিউৎসৰ -সমাজৰ আলোচনা কক্ষলৈ আপোনাক আদৰিছোঁ। এই পৃষ্ঠাত ৱিকিউৎসৰ সম্বন্ধীয় নীতি-নিৰ্দেশনা, পৰিচালনা আদি বিভিন্ন বিষয়ৰ সম্পৰ্কে আলোচনা কৰা হয়। পঢ়ুৱৈ বা সংকলকৰ ৱিকিউৎসৰ বিষয়ক কিবা ক'ব লগা থাকিলে এই পৃষ্ঠাত লিখিব পাৰে। |
ৱিকিউৎস (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়।
অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।
অসমীয়া ৱিকিউৎসত আপুনি যি কোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্ললিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, নিবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে।
যিসকল লেখকৰ লিখনি ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভূক্ত লিখকসমূহৰ তালিকা চাওক।
ৱিকিউৎস-ৰ বাবে প্ৰস্তাৱিত দুটা ল'গ'
অসমীয়াত ৱিকিউৎস (ৱিকিছোৰ্ছ) মুকলি কৰাৰ বাবে যোজা চলোৱা হৈছে। সেই উপলক্ষে অসমীয়া ৱিকিউৎসৰ বাবে লোগো (ইংৰাজী ৱিকিছোৰ্ছৰ ভিত্তিত) প্ৰস্তুত কৰি ৰাইজৰ বিবেচনাৰ বাবে আগবঢ়োৱা হ'ল।
....
উদ্দীপতালুকদাৰ (talk) 20:18, 14 আগষ্ট 2012 (UTC)
প্রতীক নিৰ্বাচনৰ বাবে মতামত
মতামতৰ লগতে সমান্তৰালভাৱে প্ৰতীক নিৰ্বাচনৰ বাবে ভোট সংগহ কৰাটোৱেই ভাল হ’ব যেন পাইছো| নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিছো সেয়ে| সকলোৱে ভোট দিয়ক| বিষ্ণু শইকীয়া বাৰ্তা 20:24, 17 আগষ্ট 2012 (UTC)
- প্ৰতীক ১) নিৰ্বাচন কৰিবৰ বাবে #’ৰ পাছত ৪ ডাল "~" (টাইল্ড) চিন দিয়ক
- বিষ্ণু শইকীয়া বাৰ্তা 20:24, 17 আগষ্ট 2012 (UTC)
- বিৰাজ কুমাৰ কাকতি (talk) 20:34, 17 আগষ্ট 2012 (UTC)
- প্রভাকৰ শৰ্মা নেওগ (talk) 00:44, 18 আগষ্ট 2012 (UTC)
- অনিমেষ বৰা (talk) 02:43, 18 আগষ্ট 2012 (UTC)
- নেকিব আহমেদ 04:35, 18 আগষ্ট 2012 (UTC)
- দীপাংকৰ চেতিয়া বাৰ্তা 05:09, 18 আগষ্ট 2012 (UTC)
- Manjil Konwar (talk) 09:54, 18 আগষ্ট 2012 (UTC)
- — গীতাৰ্থ বৰদলৈ (talk) 14:22, 18 আগষ্ট 2012 (UTC)
- প্ৰতীক ২) নিৰ্বাচন কৰিবৰ বাবে #’ৰ পাছত ৪ ডাল "~" (টাইল্ড) চিন দিয়ক
- ফলাফল :
- ৮ জন সদস্যৰ মতামতক সন্মান জনাই প্ৰতীক ১) টোকেই গৃহীত ক’ৰা হ’ল। বিষ্ণু শইকীয়া বাৰ্তা 14:40, 10 ছেপ্টেম্বৰ 2012 (UTC)
Bot flag for AvocatoBot
- Operator: Avocato
- Programming Language(s): Python (pywikipedia)
- Function Summary: Interwiki & Fixing double redirects
- Contributions: see here
- Already has bot flag on: +230 wikis
Test edits will be made very soon. Thank you.--Avocato (talk) ০৬:০৬, ১৪ ফেব্ৰুৱাৰী ২০১৩ (IST)
Gadget -Template Preloader
With help of this Gadget anyone can edit new pages easily with preloading header template. On my request, Jyothis imported the script while Shiju Alex submitted a bug to enable this feature. But the developers are asking for a community consensus for this. For this purpose, I raised the proposal here. If members supports it then the developers will enable this soon. Please vote on this. Thanks. -- বিষ্ণু শইকীয়া⇒✉ ১৯:৩২, ১৬ ফেব্ৰুৱাৰী ২০১৩ (IST)
Yes
No
Comments
Universal Language Selector to replace Narayam and WebFonts extensions
On June 11, 2013, the Universal Language Selector (ULS) will replace the features of Mediawiki extensions Narayam and WebFonts. The ULS provides a flexible way of configuring and delivering language settings like interface language, fonts, and input methods (keyboard mappings).
Please read the announcement on Meta-Wiki for more information. Runab ১৯:৩৬, ৫ জুন ২০১৩ (IST) (posted via Global message delivery)
One year Assamese Wikisource
Hello Wikisource editors,
congratulations, today it is now 1 year since the as.wikisource.org subdomain was created.
From the Wikimedia Incubator & Language Committee, we would like to get some feedback from newer wikis about their situation.
We prepared some questions about what we would like to know. Feel free to answer as many of them as you like.
- How has activity developed after the subdomain's creation? (in comparision with the situation on www.wikisource.org)
- Is it now easier to be found by new users?
- Would you have done something in a better/different way in hindsight?
- Is there anything where you say 'This should have been better during the testing phase (OldWikisource, Langcom)'?
Best regards, --MF-Warburg (talk) ০৭:২৩, ৪ জানুৱাৰী ২০১৪ (IST)
ৱিকিউৎসৰ প্ৰশাসক
অসমীয়া ৱিকিউৎস মুকলি হোৱা এবছৰৰো বেছি হ'ল যদিও আমাৰ মাজৰ পৰা এতিয়ালৈকে এজনো প্ৰশাসক হোৱা নাই। বিভিন্ন প্ৰশাসনিক আৰু কাৰিকৰী কামৰ বাবে বৰ্তমান প্ৰশাসক এজনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে। মই এই পদৰ বাবে অনিমেষ বৰা-ৰ নাম প্ৰস্তাৱ কৰিলোঁ। আপুনি চাৰিডাল টাইল্ড চিহ্নৰে (~~~~) তলত নিজৰ স্বাক্ষৰ কৰিব পাৰিব। এই আলোচনা ২৪ মাৰ্চত বন্ধ কৰা হ'ব।
I hereby niminate Animesh Bora as the sysop of Assamese wikisource. He has been an avid contributor of Assamese wikimedia projects and he is capable of handling administrative and technical tasks. Gitartha.bordoloi (talk) ০১:১৫, ১৭ মাৰ্চ ২০১৪ (IST)
- I accept the nomination. Ani ttbr (talk) ২১:৪৩, ১৮ মাৰ্চ ২০১৪ (IST)
- Voting closed. Gitartha.bordoloi (talk) ২০:৩২, ২৬ মাৰ্চ ২০১৪ (IST)
- Request placed on Metawiki (https://meta.wikimedia.org/wiki/Steward_requests/Permissions#Ani_ttbr.40aswikisource) by User:Ani ttbr. Gitartha.bordoloi (talk) ২৩:৩৪, ২৮ মাৰ্চ ২০১৪ (IST)
- Request granted at meta. Congratulations Animesh! অনিমেষ বৰাক অহা চাৰি মাহৰ বাবে অসমীয়া ৱিকিউৎসৰ প্ৰশাসক হিচাপে নিৰ্বাচন কৰা হৈছে। অভিনন্দন! Gitartha.bordoloi (talk) ১৪:১৩, ২৯ মাৰ্চ ২০১৪ (IST)
হয় (yes)
- Gitartha.bordoloi (talk) ২০:৩২, ১৭ মাৰ্চ ২০১৪ (IST)
- Dipankar Chetia (talk) ২০:৫৪, ১৭ মাৰ্চ ২০১৪ (IST)
- Boranitul (talk) ২১:০০, ১৭ মাৰ্চ ২০১৪ (IST)
- Psneog (talk) ১১:১৫, ১৮ মাৰ্চ ২০১৪ (IST)
- বিষ্ণু শইকীয়া⇒✉ ১৬:১৪, ১৮ মাৰ্চ ২০১৪ (IST)
- Pankaj Jyoti Mahanta (talk) ২১:৪০, ১৮ মাৰ্চ ২০১৪ (IST)
- জ্যোতি প্ৰকাশ নাথ (talk) ১৪:১৯, ১৯ মাৰ্চ ২০১৪ (IST)
- 117.201.160.196 ১৮:৩৬, ১৯ মাৰ্চ ২০১৪ (IST)
- Chiring chandan (talk) ২২:৪৫, ১৯ মাৰ্চ ২০১৪ (IST)
- উদ্দীপতালুকদাৰ (talk) ১৩:০১, ২২ মাৰ্চ ২০১৪ (IST)
নহয় (No)
মন্তব্য (Comments)
Sysop
I'd like to re-apply for an adminship. So, please grant me administrator right for 6 months in assamese wikisource. Ani ttbr (talk) ২২:০৩, ২৬ আগষ্ট ২০১৪ (IST)
Author নামস্থান সৃষ্টি
অসমীয়া ৱিকিউৎসত পৃষ্ঠা সংখ্যা বাঢ়ি অহাৰ লগে লগে Author namespace-ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে, যেনে- Author:লক্ষ্মীনাথ বেজবৰুৱা। এই ইংৰাজী শব্দটোৰ সমাৰ্থক শব্দৰূপে লেখক আৰু লিখক দুয়োটাৰে প্ৰয়োগ হয়। কিন্তু অসমীয়া ৱিকিউৎসৰ বাবে মই 'লেখক' শব্দটো প্ৰধান শব্দ হিচাপে ৰাখি 'লিখক' শব্দটো তালৈ পুনঃনিৰ্দেশ কৰাৰ পক্ষপাতী। আগতে 'লিখক' শব্দটোৰ প্ৰয়োগ বেছি হৈছিল যদিও আজিকালি কাগজে-পত্ৰই 'লেখক'ৰ প্ৰয়োগহে বেছি আৰু অভিধানতো এইটো শব্দই থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন সমিতিয়েও খেলিমেলি আঁতৰ কৰিবলৈ 'লেখক' শব্দটো সমৰ্থন কৰিছিল। এই বিষয়ে বহুদিন আগতে ফে'চবুকৰ গোটত এটা আলোচনা হৈছিল যদিও বিচাৰি পোৱা নাই। Gitartha.bordoloi (talk) ১৯:৫৬, ৮ ছেপ্টেম্বৰ ২০১৪ (IST)
- লেখকেই ভাল হ'ব। দিব্য দত্ত (talk) ২১:২৩, ৮ ছেপ্টেম্বৰ ২০১৪ (IST)
- লেখক Ani ttbr (talk) ০০:১২, ৯ ছেপ্টেম্বৰ ২০১৪ (IST)
- গীতাৰ্থ বৰদলৈৰ কথাখিনিৰ সৈতে সহমত। Babulbaishya (talk) ২০:০৭, ১১ ছেপ্টেম্বৰ ২০১৪ (IST)
- 'লেখক' ৰ সমৰ্থন কৰোঁ Joli (talk) ০৮:০৪, ১২ ছেপ্টেম্বৰ ২০১৪ (IST)
- অকবৰ আলোচনাটোত বেছিভাগেই লিখক সমৰ্থন কৰিছিল। কিন্তু তুমি প্ৰস্তাৱটোত লিখাৰদৰে যিহেতু লেখক বেছি প্ৰচলিত, আৰু এখন সমিতিয়ে লেখক বুলিয়েই কৈছে, গতিকে লেখকেই হওক। ব্যক্তিগত ভাৱেও মই লেখকেই ভাল পাও। লিখক বুলিলে 'আপুনি লিখক' বুলি আদেশ দিয়া অৰ্থটোহে মনলৈ আহে। উদ্দীপতালুকদাৰ (Talk)
আলোচনাৰ ফলাফল
সদস্যসকলে তলত দিয়া ধৰণে নামস্থানটো সৃষ্টি কৰা সমৰ্থন কৰিছে। Author→লেখক , লিখক→লেখক
Gitartha.bordoloi (talk) ০১:০৬, ১৩ ছেপ্টেম্বৰ ২০১৪ (IST)
ৱিকিউৎসৰ প্ৰশাসক
অসমীয়া ৱিকিউত্সত থকা কাৰিকৰী আসোঁৱাহ কিছুমান দূৰ কৰিবৰ হেতু মোক প্ৰশাসনিক ক্ষমতাৰ প্ৰয়োজন হৈছে, অনিমেষে লাগি আছে যদিও সফল হোৱা নাই| আচলতে এনেবোৰ কাম কৰিবৰ বাবে অলপ স্বাধীনতাৰ প্ৰয়োজন| আপোনালোকে যদি অনুমতি দিয়ে তেনে মই এবাৰ চেষ্টা কৰি চাব পাৰো | মোক এই ক্ষমতাৰ অধিকাৰী কৰিবৰ বাবে আপোনালোকৰ ভোটৰ প্ৰয়োজন হৈছে| ভোট দিবৰ বাবে চাৰিডাল টাইল্ড চিহ্নৰে (~~~~) তলত নিজৰ স্বাক্ষৰ কৰিব পাৰিব। এই আলোচনা ২২ অক্টোবৰ, ২০১৪ ত বন্ধ কৰা হ'ব। বিষ্ণু শইকীয়া⇒✉ ১৬:৩৩, ১৪ অক্টোবৰ ২০১৪ (IST)
I hereby nominate myself as a sysop of Assamese wikisource to do some needful administrative tasks. I am an active contributor of different wiki projects and have the sysop right in my home wiki, i.e. Assamese wikipedia. You are requested to put your signature under 'yes' if you support my nomination. Voting will be closed on 22nd October, 2014. Thank you. বিষ্ণু শইকীয়া⇒✉ ১৬:৩৩, ১৪ অক্টোবৰ ২০১৪ (IST)
হয় (yes)
- দিব্য দত্ত (talk) ১৭:২৭, ১৪ অক্টোবৰ ২০১৪ (IST)
- Ani ttbr (talk) ১৮:২৭, ১৪ অক্টোবৰ ২০১৪ (IST)
- Gitartha.bordoloi (talk) ১৮:৫২, ১৪ অক্টোবৰ ২০১৪ (IST)
- উদ্দীপতালুকদাৰ (talk) ১৮:৫৪, ১৪ অক্টোবৰ ২০১৪ (IST)
- Boranitul (talk) ২৩:৩৯, ১৫ অক্টোবৰ ২০১৪ (IST)
- Psneog (talk) ১৪:৫৩, ১৮ অক্টোবৰ ২০১৪ (IST)
- Dipankar Chetia (talk) ১৭:৫৭, ১৯ অক্টোবৰ ২০১৪ (IST)
নহয় (No)
মন্তব্য (Comments)
ফলাফল (Result)
Global AbuseFilter
AbuseFilter is a MediaWiki extension used to detect likely abusive behavior patterns, like pattern vandalism and spam. In 2013, Global AbuseFilters were enabled on a limited set of wikis including Meta-Wiki, MediaWiki.org, Wikispecies and (in early 2014) all the "small wikis". Recently, global abuse filters were enabled on "medium sized wikis" as well. These filters are currently managed by stewards on Meta-Wiki and have shown to be very effective in preventing mass spam attacks across Wikimedia projects. However, there is currently no policy on how the global AbuseFilters will be managed although there are proposals. There is an ongoing request for comment on policy governing the use of the global AbuseFilters. In the meantime, specific wikis can opt out of using the global AbuseFilter. These wikis can simply add a request to this list on Meta-Wiki. More details can be found on this page at Meta-Wiki. If you have any questions, feel free to ask on m:Talk:Global AbuseFilter.
Thanks,
PiRSquared17, Glaisher— ২৩:০৬, ১৪ নৱেম্বৰ ২০১৪ (IST)
ৱিকিউৎসৰ প্ৰশাসক
অসমীয়া ৱিকিউৎসৰ কাৰিকৰী আসোঁৱাহ কিছুমান আঁতৰাবলৈ মই ৬ মাহৰ অস্থায়ী প্ৰশাসক পদৰ বাবে আবেদন জনাইছোঁ। ধন্যবাদ। I hereby nominate myself for sysop right in Assamese wikisource for a period of 6 months to perform some necessary administrative and technical tasks. I am active in various wikimedia projects and I am one of the sysops in my native Assamese wikipedia. Thank you. Gitartha.bordoloi (talk) ০০:৩৯, ১৭ ছেপ্টেম্বৰ ২০১৫ (IST)
Discussion
- Done for 3 months. Ajraddatz (talk) ১২:৪২, ২৪ ছেপ্টেম্বৰ ২০১৫ (IST)
ৱিকিউৎসৰ প্ৰশাসক পদৰ নবীকৰণ
মোৰ প্ৰশাসনিক অধিকাৰ অহা ২৩ ডিচেম্বৰত উকলিব। মই ইয়াৰ দ্বাৰাই আৰু তিনি মাহৰ প্ৰশাসক পদৰ আবেদন জনাইছোঁ। My sysop right in as.wikisource is expiring on 23rd December. I hereby request the stewards to grant me the right for 3 more months. Thanks. Gitartha.bordoloi (talk) ২৩:৪২, ৮ ডিচেম্বৰ ২০১৫ (IST)
Discussion
- Done for 3 months. --MarcoAurelio (talk) ১২:৫১, ১৫ ডিচেম্বৰ ২০১৫ (IST)
ৱিকিউৎসৰ প্ৰশাসক
অসমীয়া ৱিকিউৎসৰ কিছুমান কাৰিকৰী আসোঁৱাহ কিছুমান আঁতৰাবলৈ মই ৬ মাহৰ অস্থায়ী প্ৰশাসক পদৰ বাবে আবেদন জনাইছোঁ। ধন্যবাদ। I hereby nominate myself for sysop right in Assamese wikisource for a period of 6 months to perform some necessary administrative and technical tasks. I am active in various wikimedia projects and I am one of the sysops in my native Assamese wikipedia. Thank you. Gitartha.bordoloi (talk) ০০:২৮, ১০ মে' ২০১৬ (IST)
WikiConference India 2016 Survey
Hi,
Greetings from Wiki Conference India 2016 Team. Sorry for writing in English. Please feel free to translate the message in your language to help other community members.
Everyone is requested to participate in this short survey to help us learn more about WikiConference India 2016 participants' capabilities, needs, interests and expectations regarding conference programs.
How we’ll use this data: We will collect responses to assess whether and what type of conference programs would be most beneficial for the Wikimedia community in India. Individual responses or comments will not be made publicly available unless in anonymized or aggregate form.
In legalese: Your privacy is important to us. As allowed by law, we will only share your responses with WCI 2016 helping on this survey. We may, however, publicly share anonymous statistics about the responses in aggregate form. Wikimedia is a worldwide organization. By answering these questions, you permit us to record and transfer your responses to the United States and other places as may be necessary to carry out the objectives of this project. You also agree to refrain from incorporating your personal information in response to a question that doesn’t ask for it and to donate your responses to the public domain. For terms and privacy considerations related to Google Forms, consult the Privacy Policy (https://www.google.com/policies/privacy/) and Terms of Use (http://www.google.com/intl/en/policies/terms/) of Google.
Survey link - https://docs.google.com/forms/d/1Tn5TCFE4DkrAhIVmXk_Hx--upllCRU5pQlz6G_7Qb5M/edit?ts=575ad1a7
Regards,
WikiConference India Team
OCR tool now available for Assamese Wikisource
Per phabricator:T120788, the Wikimedia Foundation has developed an OCR tool that supports Assamese and we have deployed it to this project. If you go into the proofreading interface for a page, you will now see a colorful "OCR" button that you can click to automatically convert the image into text. If you only see a black "OCR" button, you will need to clear your browser cache to get the latest JavaScript code to load. There is one part that we need your assistance with. The tool has some interface messages that need to be created in Assamese by an administrator:
- MediaWiki:Google-ocr-button-label — tooltip text for the buttons, e.g.: "Get text via Google OCR".
- MediaWiki:Google-ocr-request-in-progress — 'loading' text displayed while the OCR request is being carried out; e.g.: "Loading text from Google OCR".
- MediaWiki:Google-ocr-no-text — message displayed when the OCR tool didn't fail but also didn't return an error; e.g.: "No text retrieved from Google OCR"
- MediaWiki:Google-ocr-image-not-found — if the image can't be found, this message is displayed in a bubble notification; e.g.: "No image found on this page"
Once that is done, you should see the proper Assamese text in the interface for the tool. If you have any problems or questions, let me know! Kaldari (talk) ০৭:০৪, ১৩ ছেপ্টেম্বৰ ২০১৬ (IST)
- According to the UserList there are no administrators on as.wikisource. If someone could translate the following strings into Assamese, I'll create the interface messages:
- "Get text via Google OCR"
- "Loading text from Google OCR"
- "No text retrieved from Google OCR"
- "No image found on this page"
- Kaldari (talk) ০৫:২৪, ১৪ ছেপ্টেম্বৰ ২০১৬ (IST)
- Pinging some active users: দিব্য দত্ত, Boranitul. Kaldari (talk) ০৫:২৭, ১৪ ছেপ্টেম্বৰ ২০১৬ (IST)
- কেইটামান আৰ্হি দিছোঁ:
- Pinging some active users: দিব্য দত্ত, Boranitul. Kaldari (talk) ০৫:২৭, ১৪ ছেপ্টেম্বৰ ২০১৬ (IST)
- "Get text via Google OCR" -> "গুগল অ'চিআৰৰ যোগেদি পাঠোদ্ধাৰ কৰক"
- "Loading text from Google OCR" -> "গুগল অ'চিআৰৰ পৰা পাঠ আহৰণ কৰি থকা হৈছে"
- "No text retrieved from Google OCR" -> "গুগল অ'চিআৰৰ পৰা কোনো পাঠ পোৱা নগ'ল"
- "No image found on this page" -> "এই পৃষ্ঠাত কোনো ছবি বিচাৰি পোৱা নগ'ল" - দিব্য দত্ত (talk) ১৫:১০, ১৪ ছেপ্টেম্বৰ ২০১৬ (IST)
ৱিকিউৎসৰ স্থায়ী প্ৰশাসক
অসমীয়া ৱিকিউত্সত স্থায়ী প্ৰশাসক নথকাৰ বাবে কিছুমান সময়ত কাৰিকৰী দিশসমূহ চোৱামেলা কৰা বাবে সদস্য দিব্য দত্তক স্থায়ীভাৱে প্ৰশাসনিক ক্ষমতা দিয়াৰ বাবে প্ৰস্থাৱ উত্থাপিত কৰিলো, অসমীয়া ৱিকি সমাজে সমৰ্থন কৰিব বুলি আশা প্ৰকাশ কৰিলো। দিব্য দত্তক প্ৰশাসক পদত নিয়োজিত কৰিব বাবে আপোনালোকৰ ভোটৰ প্ৰয়োজন হৈছে। ভোট দিবৰ বাবে চাৰিডাল টাইল্ড চিহ্নৰে (~~~~) তলত নিজৰ স্বাক্ষৰ কৰিব পাৰিব। এই আলোচনা ১০ অক্টোবৰ, ২০১৬ ত বন্ধ কৰা হ'ব। বিষ্ণু শইকীয়া⇒✉ ১৭:৩৩, ২৩ ছেপ্টেম্বৰ ২০১৬ (IST)
I hereby nominate user Dibya Dutta as a permanent sysop of Assamese wikisource to maintain technical matters. Hope the members of Assamese Wiki Society will support this proposal. You are requested to put your signature under 'yes' if you support this. Voting will be closed on 10th October, 2016. Thank you. বিষ্ণু শইকীয়া⇒✉ ১৭:৩৩, ২৩ ছেপ্টেম্বৰ ২০১৬ (IST)
- I accept the nomination. দিব্য দত্ত (talk) ১৮:৪৪, ২৪ অক্টোবৰ ২০১৬ (IST)
হয় (yes)
- বিষ্ণু শইকীয়া⇒✉ ১৭:৩৩, ২৩ ছেপ্টেম্বৰ ২০১৬ (IST)
- Psneog (talk) ২১:১০, ২৩ ছেপ্টেম্বৰ ২০১৬ (IST)
- Gitartha.bordoloi (talk) ০১:৩৫, ৬ অক্টোবৰ ২০১৬ (IST)
- অজয় দাস (talk) ০২:৪৮, ৬ অক্টোবৰ ২০১৬ (IST)
- চাণক্য কুমাৰ দাস (talk) ০৫:৫১, ৬ অক্টোবৰ ২০১৬ (IST)
- Saidul776 (talk) ০৮:২৪, ৬ অক্টোবৰ ২০১৬ (IST)
- IKHazarika (talk) ১৪:৪৬, ৬ অক্টোবৰ ২০১৬ (IST)
- Parikhit phukan (talk) ১৪:২৪, ৭ অক্টোবৰ ২০১৬ (IST)
- Boranitul (talk) ০১:২৭, ২৫ অক্টোবৰ ২০১৬ (IST)
নহয় (No)
মন্তব্য (Comments)
"প্ৰশাসক" শব্দটোৰ স্থানত "কাৰিকৰী সহায়ক" ব্যৱহাৰ কৰিলে কামটোৰ লগত বেছি খাপ খায় Psneog (talk) ২১:১২, ২৩ ছেপ্টেম্বৰ ২০১৬ (IST)
Temporary adminship
As there is no permanent sysop in Assamese wikisouce I would like to nominate myself for temporary adminship for 6 months to perform some necessary administrative and technical tasks. Thank you.
অসমীয়া ৱিকিউৎসৰ কোনো স্থায়ী প্ৰশাসক নথকাৰ বাবে কিছুমান কাৰিকৰী আসোঁৱাহ আঁতৰাবলৈ মই ৬ মাহৰ বাবে অস্থায়ী প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। Gitartha.bordoloi (talk) ২০:২১, ২৭ এপ্ৰিল ২০১৭ (IST)
হয় (yes)
- দিব্য দত্ত (talk) ২১:৫৩, ২৭ এপ্ৰিল ২০১৭ (IST)
- Babulbaishya (talk) ২৩:৫৭, ২৭ এপ্ৰিল ২০১৭ (IST)
- উদ্দীপতালুকদাৰ (talk) ০০:১৮, ২৮ এপ্ৰিল ২০১৭ (IST)
- Manjil Konwar (talk) ০১:০০, ২৮ এপ্ৰিল ২০১৭ (IST)
- Boranitul (talk) ২২:৫৬, ২৮ এপ্ৰিল ২০১৭ (IST)
Adding content namespaces to search results
অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক
Hello,
Currently, when you search on this wiki, the search results only return certain namespaces. It has recently been noticed that the "main content namespaces" list doesn't match the "default search namespaces" list on this wiki. (phab:T170473)
Currently this wiki's search returns the main namespace, পৃষ্ঠা, and সূচী. The content namespace লেখক is also available if the community thinks that adding this namespace is appropriate.
Would this community like to discuss adding লেখক to the search results? I am more than happy to help make the change however the community decides.
ধন্যবাদ! CKoerner (WMF) (talk) ০৩:২২, ৩০ আগষ্ট ২০১৭ (IST)
Temporary adminship
As there is no permanent sysop in Assamese wikisouce I would like to nominate myself for temporary adminship for 6 months to perform some necessary administrative and technical tasks. Thank you.
অসমীয়া ৱিকিউৎসৰ কোনো স্থায়ী প্ৰশাসক নথকাৰ বাবে কিছুমান কাৰিকৰী আসোঁৱাহ আঁতৰাবলৈ মই ৬ মাহৰ বাবে অস্থায়ী প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। Gitartha.bordoloi (talk) ১৫:৪৩, ২৯ মে' ২০১৮ (IST)