Content-Length: 69796 | pFad | http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A7/%E0%A7%A9%E0%A7%A9

ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৩৩ - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৩৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নোবেল বঁটা বিজয়ী নিকোলাছ টিনবাৰ্গেন (বাওঁফালে) আৰু কনৰাড লৰেঞ্জ (সোঁফালে)৷ তেওঁলোকে দুয়োগৰাকীৰ লগতে কাৰ্ল ভন ফ্ৰিচক প্ৰাণীৰ আচৰণ সন্দৰ্ভত কৰা কামৰ বাবে স্বীকৃতি দিয়া হৈছিল।

বিবৰ্তনমূলক মনোবিজ্ঞান বা ক্ৰমবিকাশশীল মনোবিজ্ঞান (ইংৰাজী: Evolutionary Psychology) হৈছে সামাজিক আৰু প্ৰাকৃতিক বিজ্ঞানৰ এক তাত্ত্বিক দৃষ্টিভঙ্গী যি আধুনিক বিকাশৰ দৃষ্টিকোণৰ পৰা মনস্তাত্বিক গঠন পৰীক্ষা কৰে। প্ৰকৃতিৰ মাজত অহৰহ এটা বাছনি প্ৰক্ৰিয়া চলি থাকে য’ত কেৱল যোগ্যজনহে বাচি থাকিব পাৰে। এয়াই হ’ল প্ৰাকৃতিক নিৰ্বাচন (Natural Selection)। প্ৰাকৃতিক নিৰ্বাচনৰ ধাৰণাটোক যোগ্য ভোগ্য বসুন্ধৰা (Survival of The Fittest) বুলিও কোৱা হয়। বৰ্তমান সময়ত জীয়াই থকা প্ৰাণীসমূহ একেদিনাই সৃষ্টি হোৱা নাই। নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লবলৈ প্ৰাণীসমূহে নতুন নতুন গুণ আৰু আচৰণ বিকশিত কৰে। বিবৰ্তনমূলক মনোবিজ্ঞানীসকলে যুক্তি দিয়ে যে মানুহৰ বেছিভাগ আচৰণ হৈছে মনস্তাত্বিক পৰিৱৰ্তনৰ ফলাফল যি মানৱ বংশানুক্ৰমিক পৰিৱেশত (ancestral environments) বাৰে বাৰে হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে বিকশিত হৈছিল।

(ইয়াত বিতংকৈ পঢ়ক)









ApplySandwichStrip

pFad - (p)hone/(F)rame/(a)nonymizer/(d)eclutterfier!      Saves Data!


--- a PPN by Garber Painting Akron. With Image Size Reduction included!

Fetched URL: http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A7/%E0%A7%A9%E0%A7%A9

Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy