পৰিধি
অৱয়ব
পৰিধি | |
---|---|
ইয়াৰ ‘d’ য়ে ব্যাস আৰু ‘C’ য়ে পৰিধিক বুজাইছে |
এডাল আৱদ্ধ বক্ৰৰেখাৰ সীমান্তৰ সমান দৈৰ্ঘ্যকে তাৰ পৰিধি (ইংৰাজী: Circumference) বোলা হয়।
বৃত্তৰ পৰিধি
[সম্পাদনা কৰক]এটা বৃত্তৰ পৰিধি তাৰ ব্যাসৰ পৰা নিৰ্ণয় কৰা হয়:-
অথবা, ব্যাসৰ পৰিবৰ্তে ব্যাসাৰ্ধৰ পৰাও পৰিধি নিৰ্ণয় কৰা যায়:
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Numericana - Circumference of an ellipse
- Circumference of a circle With interactive applet and animation