সমললৈ যাওক

লাল দৰ্জা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাল দৰ্জা
পৰিচালক বুদ্ধদেৱ দাসগুপ্ত
ৰচনা বুদ্ধদেৱ দাসগুপ্ত
প্ৰযোজক
  • চিত্ৰানী লাহিড়ী
  • দুলাল ৰায়
অভিনয়ত
  • শুভেন্দু চেতাৰ্জী
  • গুলচন আৰা আখতাৰ
  • ৰাইচুল ইছলাম
চিত্ৰগ্ৰহণকাৰী বেণু
সম্পাদনা উজ্জ্বল নন্দী
সংগীত পৰিচালক বাপ্পী লাহিড়ী
মুক্তি
১৯৯৭
দৈৰ্ঘ্য
৯৭ মিনিট
দেশ ভাৰত
ভাষা বঙালী

লাল দৰ্জা (ইংৰাজী: Lal Darja) ১৯৯৭ চনত মুক্তি পোৱা এখন বঙালী ৰূপকাত্মক নাট্যধৰ্মী চলচ্চিত্ৰ। বুদ্ধদেৱ দাসগুপ্তই ৰচনা আৰু পৰিচালনা কৰা লাল দৰ্জাই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

তেওঁৰ ড্ৰাইভাৰ দীনুৰ সৈতে তেওঁ নিজকে তুলনা কৰে। দীনুৰ দুজনী স্ত্ৰী- সুখী আৰু মালতি; দুয়োজনীৰ গিৰিয়েকৰ প্ৰতি কোনো অভিযোগ নাই। নবীনে নিজক বুজিবৰ চেষ্টা কৰে। বেছিভাগ সময়ত তেওঁৰ শৈশৱৰ চেৰাপুঞ্জীত কটোৱা সময়বোৰ আৰু ৰঙা দুৱাৰখনৰ কথা মনলৈ আহে। তেওঁৰ মাকে কৈছিল ৰঙা দুৱাৰখন সহনশীলতাৰ প্ৰতীকস্বৰূপ। ৰঙা দুৱাৰখনৰ সৈতে তেওঁ নিজকে ৰিজাই চায়। শেষলৈ তেওঁৰ পত্নী আৰু সন্তান তেওঁৰ পৰা আঁতৰি যোৱাৰ পাছত তেওঁৰ সহনশীলতা চুড়ান্ত পৰ্যায়ত অৱতীৰ্ণ হয় আৰু নিজক লৈয়ে এক অকলশৰীয়া জীৱন কটোৱাৰ প্ৰস্তুতি আৰম্ভ হয়।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • চম্পা[2]
  • শুভেন্দু চেতাৰ্জী (নবীন)
  • ৰাইচুল ইছলাম
  • ইন্দ্ৰানী হালদাৰ (মালতি)
  • বিপ্লৱ চেতাৰ্জী
  • হাৰাধন বন্দোপাধ্যায়

১৯৯৬ – শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[3]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. bdbazar.com Archived 26 April 2010 at the Wayback Machine
  2. "LIKE A GRACEFUL CHAPTER". The Daily Star. 2019-01-12. https://www.thedailystar.net/showbiz/cover-story/dhallywood-diva-champa-graceful-chapter-1686358। আহৰণ কৰা হৈছে: 2019-02-01. 
  3. "44th National Film Festival". Directorate of Film Festival, India. পৃষ্ঠাসমূহ: 129. http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 10 October 2020. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy