Content-Length: 129198 | pFad | http://as.wikipedia.org/wiki/%E0%A6%AF%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%AE_%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE

যুগ্ম সংখ্যা - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

যুগ্ম সংখ্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Cuisenaire rods: 5 (হালধীয়া) cannot be evenly divided into 2 (ৰঙা) by any 2 rods of the same color/length, while 6 (গাঢ় সেউজীয়া) can be evenly divided in 2 by 3 (পাতল সেউজীয়া).

যুগ্ম সংখ্যা যুগ্ম সংখ্যা হৈছে এনে কিছুমান বাস্তৱ সংখ্যা যি সমূহক ২ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি।[1] বা, এককৰ স্থানত ,,,, অংক থকা সংখ্যা বোৰকে যুগ্ম সংখ্যা বোলে। উদাহৰণ স্বৰূপে ১২ এটা যুগ্ম সংখ্যা, কিয়নো ১২ ক ২ ৰে হৰণ কৰিলে কোনো ভাগশেষ নাথাকে। ইয়াৰোপৰি ১২ৰ এককৰ স্থানৰ অংকটো হৈছে ২। ০(শূন্য)ক যুগ্ম সংখ্যা বুলি কোৱা হয়।[2]

আন এক সূত্ৰ মতে যুগ্ম সংখ্যা হৈছে n=2k ৰূপত থকা কিছুমান পূৰ্ণ সংখ্যা, য'ত k হৈছে এটা পূৰ্ণ সংখ্যা।[3] ইয়াত, n = 2k+1 হৈছে এটা অযুগ্ম সংখ্যা। যুগ্ম আৰু অযুগ্ম সংখ্যাৰ সংগ্ৰহ সমূহক তলত দিয়া ধৰণে বুজোৱা বা প্ৰকাশ কৰা হয়-[4]

  • যুগ্ম 
  • অযুগ্ম 

যুগ্ম আৰু অযুগ্ম হোৱাৰ পাতিগণিতীয় নিয়ম

[সম্পাদনা কৰক]

যোগ আৰু বিয়োগৰ ক্ষেত্ৰত

[সম্পাদনা কৰক]
  • যুগ্ম ± যুগ্ম = যুগ্ম;
  • যুগ্ম ± অযুগ্ম = অযুগ্ম;
  • অযুগ্ম ± অযুগ্ম = যুগ্ম;

পূৰণৰ ক্ষেত্ৰত

[সম্পাদনা কৰক]
  • যুগ্ম × যুগ্ম = যুগ্ম;
  • যুগ্ম × অযুগ্ম = যুগ্ম;
  • অযুগ্ম × অযুগ্ম = অযুগ্ম;

হৰণৰ ক্ষেত্ৰত

[সম্পাদনা কৰক]

হৰণৰ ক্ষেত্ৰত যোগ, বিয়োগ আৰু পূৰণৰ দৰে নিয়ম প্ৰযোজ্য নহ'বও পাৰে। কাৰণ দুটা পূৰ্ণ সংখ্যাৰ হৰণফল সদায়ে এটা পূৰ্ণ সংখ্যা নহ'বও পাৰে। উদাহৰণ স্বৰূপে- 1÷4 = 1/4, ইয়াত 1/4 কোনো যুগ্ম বা অযুগ্ম সংখ্যা নহয়।[5]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]








ApplySandwichStrip

pFad - (p)hone/(F)rame/(a)nonymizer/(d)eclutterfier!      Saves Data!


--- a PPN by Garber Painting Akron. With Image Size Reduction included!

Fetched URL: http://as.wikipedia.org/wiki/%E0%A6%AF%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%AE_%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE

Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy